বু বু-বা বা (Assamese) [ Roman: bu bu-ba ba]
    Contributed by: Panchalika on 2006-06-28
    1. Abstract Noun(Abstract Noun) the act of speaking in a low voice অতি কম শব্দৰে কোৱা, প্ৰায় বুজিব নোৱাৰা কথা৷
    Contributed by: Bikram M Baruah on 2012-12-31
    2. (Abstract Noun) A piece of unverified information of uncertain origin usually spread by word of mouth সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ